ঘৰত কাম কৰা ৰাজমিস্ত্ৰীয়েই ঘাতক! হত্যাকাণ্ডৰ পিছত গাঁওবাসীক নিজেই দিছিল খবৰ,
একেখন গাঁৱৰে ৰাজমিস্ত্ৰী ৰাকেশে কিয় নৃশংসভাৱে প্ৰাণ ল’লে মনোমতী
ঘাতক ৰাজমিস্ত্ৰী পাটাছাৰকুছিত নৃশংস হত্যাকাণ্ড চাবুলেৰে হানি-খুচি হত্যা মহিলাক একে গাঁৱৰে যুৱকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ মঙলবাৰে সন্ধিয়া প্ৰায় ৬.৪০ বজাৰ ঘটনা মহিলাক চাবুলেৰে হানি-খুচি হত্যা ৰাকেশ ৰয়ৰ মৃত মহিলাগৰাকীৰ নাম মনোমতী দত্ত কলিতা মহিলাগৰাকীৰ ঘৰত ৰাজমিস্ত্ৰীৰ কাম কৰিছিল ৰাকেশে হত্যাকাণ্ডৰ পিছত গাঁওবাসীক নিজেই খবৰ দিছিল ৰাকেশে পূৰ্বেও ৰাকেশৰ বিৰুদ্ধে আছে ম’বাইল চুৰিৰ অভিযোগ













