ঘোষণা হ’ল ৰায়বেৰেলী-আমেথিৰ কংগ্রেছৰ প্রাৰ্থী…

it.shonaligroup

ডিজিটেল ডেস্কঃ বহু উৎকণ্ঠাৰ অন্ত পেলায় অৱশেষত ঘোষণা হ’ল ৰায়বেৰেলী আৰু আমেথিৰ কংগ্ৰেছ প্ৰাৰ্থী৷ ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে৷ আমেথিত কিশোৰী লাল শৰ্মা হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী৷

উত্তৰ প্ৰদেশৰ ঐতিহাসিক দুৰ্গ ৰায়েবাৰেলীৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব কেৰালাৰ ৱায়ানাদৰ বিশিষ্ট কংগ্ৰেছ নেতা তথা সংসদ সদস্য ৰাহুল গান্ধীয়ে।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *