Home / BREAKING NOW / প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য, গুৱাহাটীত ৭ দিনৰ বাবে বন্ধ স্কুল, কি হ’ব বাকী জিলাসমূহত? জিলা আয়ুক্তসকললৈ নিৰ্দেশনা শিক্ষামন্ত্ৰীৰ | ৩১ ডিচেম্বৰ (বুধবাৰ)ৰ পৰা ৬ জানুৱাৰী (মঙলবাৰ)লৈ কামৰূপ মহানগৰ জিলাত বন্ধ থাকিব চৰকাৰী বিদ্যালয়।

প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য, গুৱাহাটীত ৭ দিনৰ বাবে বন্ধ স্কুল, কি হ’ব বাকী জিলাসমূহত? জিলা আয়ুক্তসকললৈ নিৰ্দেশনা শিক্ষামন্ত্ৰীৰ | ৩১ ডিচেম্বৰ (বুধবাৰ)ৰ পৰা ৬ জানুৱাৰী (মঙলবাৰ)লৈ কামৰূপ মহানগৰ জিলাত বন্ধ থাকিব চৰকাৰী বিদ্যালয়।