মৌমিতা দেবনাথ, কলকাতাৰ RG Kar Medical College ৰ ৩১ বছৰীয়া এগৰাকী চিকিৎসক। ডা: মৌমিতা দেবনাথ ক ধৰ্ষণ কৰাৰ পিছত তাইৰ পেলভিকবোন ভাঙি দিয়া হয়। দেহত ১১৩ টা কামোৰ ৰ দাগ, ১৫০ গ্ৰাম তেজ আৰু বডিলি ফ্লুইড মিশ্ৰিত ছিমেন ( বীৰ্য ) পোৱা গৈছে । এজন পুৰুষ যদি প্ৰতিবাৰ ইজাকুলেশনত ৩-৫ গ্ৰাম ছিমেন দিয়ে তাৰ মানে তাইৰ দেহন ১৫০ গ্ৰাম ছিমেন তাইক কমেও ৩০ বাৰ ধৰ্ষণ কৰা বুজায় । যাক আমি গনধৰ্ষণ (Gang Rape) বুলি কওঁ।
আহহহহহঃ চকু দি তেজ ওলোৱাৰ সময়ত হয়তো মৌমিতা ই তাইৰ বান্ধৱী ( কলীগ) ৰ ফালে চাই আছিল চকুৰ দ্বাৰা বুজাইছিল – মোক ৰক্ষা কৰা তুমি ও এগৰাকী নাৰী!!!
মৌমিতাৰ চকুৰে পানী ওলোৱা নাছিল উলাইছিল তেজ , গেঙ ৰেপ ৰ সময়ত বান্ধি থোৱা হৈছিল দুখন হাত আনকি যিজনে বান্ধিছিল সেইজন ও আছিল এজনী ছোৱালী ( তাইৰ ফিমেল কলিগ) কিমান নিষ্ঠুৰ হলে এজন নাৰীয়ে আন এজন নাৰীৰ লগত এনেকুৱা অমানৱীয় কাম কৰাব পাৰে ।
কি এক হৃদ়স্পৰ্শী ঘটনা নহয়নে ?
মানৱ সভ্যতা আজি ক’ত ???
ভাবিলেও আচৰিত লাগে এজনী ডাক্তৰ আজি তাইৰ নিজৰ কৰ্মস্থলীত সুৰক্ষা নহয়, তেন্তে নাৰী আজি ক’ত সুৰক্ষা??? নিজৰ সুখ শান্তিৰ কথা বাদ দি গোটেই নিশা ৰোগীক চোৱাচিতা কৰাৰ মূল্য এয়া??? ইয়াই নেকি Night Duty/ Evening Duty ৰ প্ৰতিদান ?
ইমান মানুহ ইমান কেমেৰা থকা স্বত্বেও যদি ধৰ্ষণৰ বলী হয় তেন্তে এনে আধুনিকিকৰণ দি আমি কি কৰিম??
চিকিৎসা বিভাগৰ ছোৱালী বোৰ কেনেকৈ স্বাধীন তথা ভয়হীন ভাবে কাম কৰিব ???
কেনেকৈ ?
ধিক্কাৰ এনে ব্যৱস্থা আধুনিক ব্যৱস্থাৰ ধিক্কাৰ বিভাগীয় কৰ্তিপক্ষ।












