Home / BLOG / সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা নগাঁও জিলা সমিতিৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন

সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা নগাঁও জিলা সমিতিৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন

ডিজিটেল সংবাদ,কামপুৰ : আজি ৫ জুন। সমগ্ৰ বিশ্বৰ লগতে সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা নগাঁও জিলা সমিতিৰ উদ্যোগত বুধবাৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ।

এই উপলক্ষে জিলা সমিতিয়ে ভিন্ন প্ৰান্তৰ ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰে। কচুৱাৰ শিঙিমাৰী উচ্চ ইংৰাজী বালিকা বিদ্যালয়ত এই উপলক্ষত অনুষ্ঠিত এখন সভাত সভাপতিত্ব কৰে জগদীশ দাসে। সভাত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বহলাই বাখ্য কৰে কল্পনা বৰুৱাই।

Leave a Reply

Your email address will not be published. Required fields are marked *