Home / BREAKING NOW / নিশা গুৱাহাটী মহানগৰীৰ SOHUM EMPORIA ত ভয়ংকৰ অগ্নিকাণ্ড

নিশা গুৱাহাটী মহানগৰীৰ SOHUM EMPORIA ত ভয়ংকৰ অগ্নিকাণ্ড

নিশা গুৱাহাটী মহানগৰীৰ SOHUM EMPORIA ত ভ*য়ং*কৰ অ*গ্নি*কাণ্ড।

অট্টালিকাটোত থকা ছয়টাকৈ মহলাত ছানি ধৰে জু*ইৰ লেলিহান শিখাই।

অট্টালিকাটোৰ দ্বিতীয় মহলাত আছে ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা।

জুইত SBI ৰ কোটি-কোটি টকা জ্ব*লি ভ*স্মীভূত হোৱাৰ আশংকা।

Leave a Reply

Your email address will not be published. Required fields are marked *