Home / BREAKING NOW / পাটাছাৰকুছিত চাঞ্চল্যকৰ হত্যাকাণ্ড!

পাটাছাৰকুছিত চাঞ্চল্যকৰ হত্যাকাণ্ড!

ঘৰত কাম কৰা ৰাজমিস্ত্ৰীয়েই ঘাতক! হত্যাকাণ্ডৰ পিছত গাঁওবাসীক নিজেই দিছিল খবৰ,

একেখন গাঁৱৰে ৰাজমিস্ত্ৰী ৰাকেশে কিয় নৃশংসভাৱে প্ৰাণ ল’লে মনোমতী

ঘাতক ৰাজমিস্ত্ৰী পাটাছাৰকুছিত নৃশংস হত্যাকাণ্ড চাবুলেৰে হানি-খুচি হত্যা মহিলাক একে গাঁৱৰে যুৱকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ মঙলবাৰে সন্ধিয়া প্ৰায় ৬.৪০ বজাৰ ঘটনা মহিলাক চাবুলেৰে হানি-খুচি হত্যা ৰাকেশ ৰয়ৰ মৃত মহিলাগৰাকীৰ নাম মনোমতী দত্ত কলিতা মহিলাগৰাকীৰ ঘৰত ৰাজমিস্ত্ৰীৰ কাম কৰিছিল ৰাকেশে হত্যাকাণ্ডৰ পিছত গাঁওবাসীক নিজেই খবৰ দিছিল ৰাকেশে পূৰ্বেও ৰাকেশৰ বিৰুদ্ধে আছে ম’বাইল চুৰিৰ অভিযোগ

Leave a Reply

Your email address will not be published. Required fields are marked *