Home / BLOG / কলিয়াবৰত ২নিচাযুক্ত দ্ৰব্য় সৰবৰাহকাৰীক আটক…

কলিয়াবৰত ২নিচাযুক্ত দ্ৰব্য় সৰবৰাহকাৰীক আটক…

ডিজিটেল ডেস্কঃ কলিয়াবৰৰ বাগৰিত দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক। বাগৰি আৰক্ষীয়ে দেওবাৰে নিশা আৰক্ষী চকীৰ সন্মুখতে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী দুটাক।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা- বাগৰিৰ হাৰমতিৰ চুকুৰ আলী আৰু গীয়াছউদ্দীন। ধৃত যুৱক দুজনৰ পৰা ড্ৰাগছ সৰবৰাহত ব্যৱহৃত  AS- 02-AP- 5681 নম্বৰ বাইকৰ লগতে ৩৭ টা ড্ৰাগছৰ কন্টেনাৰ জব্দ কৰে। বাগৰি আৰক্ষীয়ে আটক কৰা যুৱক দুজনক তদন্তৰ বাবে জখলাবন্ধা আৰক্ষীক চমজাই দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *